Translations by Nilamdyuti Goswami

Nilamdyuti Goswami has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 363 results
2.
Enable debugging code
2014-02-24
কোড ডিবাগ ব্যৱস্থা সক্ৰিয় কৰা হ'ব
3.
Replace existing daemon
2014-02-24
স্থায়ী ডিমনক প্ৰতিস্থাপন কৰক
4.
Exit after a time (for debugging)
2014-02-24
এটা সময়ৰ পিছত প্ৰস্থান কৰিব (ডিবাগিংৰ বাবে)
5.
Accessibility Keyboard
2014-02-24
সহায়ক প্ৰযুক্তি বিশিষ্ট চাবিৰ ফলক
6.
Accessibility keyboard plugin
2014-02-24
সহায়ক প্ৰযুক্তি বিশিষ্ট চাবিৰ ফলকৰ প্লাগ-ইন
7.
Slow Keys Turned On
2014-02-24
লেহেম কি'সমূহ অন কৰা আছে
8.
Slow Keys Turned Off
2014-02-24
লেহেম কি'সমূহ অফ কৰা আছে
9.
You just held down the Shift key for 8 seconds. This is the shortcut for the Slow Keys feature, which affects the way your keyboard works.
2014-02-24
আপুনি এইমাত্ৰ শিফ্‌ট কীকে ৮ ছেকেণ্ড যাবত চেপে ৰেখেছিলেন। এটি হ'ল ধীৰ কী সক্ৰিয়কাৰক ছৰ্টকাট যা সম্পূৰ্ণ কীবোৰ্ড ব্যৱস্থা কীভাবে কাম কৰবে সেইটো নিৰ্ধাৰণ কৰি।
10.
Universal Access
2014-02-24
সাৰ্বভৈমক অভিগম
11.
Turn Off
2014-02-24
অফ কৰক
12.
Turn On
2014-02-24
অন কৰক
13.
Leave On
2014-02-24
অন ৰাখক
14.
Leave Off
2014-02-24
অফ ৰাখক
15.
Sticky Keys Turned On
2014-02-24
স্টিকি কি'সমূহ অন কৰা আছে
16.
Sticky Keys Turned Off
2014-02-24
স্টিকি কি'সমূহ অফ কৰা আছে
17.
You just pressed the Shift key 5 times in a row. This is the shortcut for the Sticky Keys feature, which affects the way your keyboard works.
2014-02-24
আপুনি এইমাত্ৰ শিফ্‌ট কীকে ৫ ছেকেণ্ড যাবত চেপে ৰেখেছিলেন। এটি হ'ল স্টিকি কী সক্ৰিয়কাৰক ছৰ্টকাট যা সম্পূৰ্ণ কীবোৰ্ড ব্যৱস্থা কীভাবে কাম কৰবে সেইটো নিৰ্ধাৰণ কৰি।
18.
You just pressed two keys at once, or pressed the Shift key 5 times in a row. This turns off the Sticky Keys feature, which affects the way your keyboard works.
2014-02-24
আপুনি এইমাত্ৰ দুটি কীকে একত্ৰে চেপে ৰেখেছিলেন কিংবা শিফ্‌ট কীকে পৰপৰ ৫ বাৰ চেপেছেন। এৰ ফলে স্টিকি কী নিষ্ক্ৰিয় হৈ যায় যা সম্পূৰ্ণ কীবোৰ্ড ব্যৱস্থা কীভাবে কাম কৰবে সেইটো নিৰ্ধাৰণ কৰি।
19.
Accessibility settings
2014-02-24
অভিগম্যতা সংহতিসমূহ
20.
Accessibility settings plugin
2014-02-24
অভিগম্যতা সংহতিসমূহ প্লাগিন
21.
Mount Helper
2014-02-24
মাউন্ট সহায়ক
22.
Automount and autorun plugged devices
2014-02-24
স্বমাউন্ট আৰু স্বৰান প্লাগ্ড ডিভাইচসমূহ
23.
Unable to mount %s
2014-02-24
%s মাউন্ট কৰিবলে অক্ষম
24.
Unable to open a folder for %s
2014-02-24
%s ৰ বাবে এটা ফোল্ডাৰ খোলিবলে অক্ষম
25.
Ask what to do
2014-02-24
কি কৰিব সোধক
26.
Do Nothing
2014-02-24
একো নকৰিব
27.
Open Folder
2014-02-24
ফোল্ডাৰ খোলক
28.
Unable to eject %p
2014-02-24
%p বাহিৰ উলিয়াবলে অক্ষম
29.
Unable to unmount %p
2014-02-24
%p আনমাউন্ট কৰিবলে অক্ষম
30.
You have just inserted an Audio CD.
2014-02-24
আপুনি এইমাত্ৰ এটা অডিঅ' CD সুমুৱাইছে।
31.
You have just inserted an Audio DVD.
2014-02-24
আপুনি এইমাত্ৰ এটা অডিঅ' DVD সুমুৱাইছে।
32.
You have just inserted a Video DVD.
2014-02-24
আপুনি এইমাত্ৰ এটা ভিডিঅ' DVD সুমুৱাইছে।
33.
You have just inserted a Video CD.
2014-02-24
আপুনি এইমাত্ৰ এটা ভিডিঅ' CD সুমুৱাইছে।
34.
You have just inserted a Super Video CD.
2014-02-24
আপুনি এইমাত্ৰ এটা চুপাৰ ভিডিঅ' CD সুমুৱাইছে।
35.
You have just inserted a blank CD.
2014-02-24
আপুনি এইমাত্ৰ এটা ৰিক্ত CD সুমুৱাইছে।
36.
You have just inserted a blank DVD.
2014-02-24
আপুনি এইমাত্ৰ এটা ৰিক্ত DVD সুমুৱাইছে।
37.
You have just inserted a blank Blu-Ray disc.
2014-02-24
আপুনি এইমাত্ৰ এটা ৰিক্ত Blu-Ray ডিস্ক সুমুৱাইছে।
38.
You have just inserted a blank HD DVD.
2014-02-24
আপুনি এইমাত্ৰ এটা ৰিক্ত HD DVD সুমুৱাইছে।
39.
You have just inserted a Photo CD.
2014-02-24
আপুনি এইমাত্ৰ এটা ফটো CD সুমুৱাইছে।
40.
You have just inserted a Picture CD.
2014-02-24
আপুনি এইমাত্ৰ এটা ছবিৰ CD সুমুৱাইছে।
41.
You have just inserted a medium with digital photos.
2014-02-24
আপুনি এইমাত্ৰ ডিগিটেল ফটোৰ সৈতে এটা মাধ্যম সুমুৱাইছে।
42.
You have just inserted a digital audio player.
2014-02-24
আপুনি এইমাত্ৰ এটা ডিজিটেল অডিঅ' প্লেয়াৰ সুমুৱাইছে।
43.
You have just inserted a medium with software intended to be automatically started.
2014-02-24
আপুনি এইমাত্ৰ স্বচালিতভাৱে আৰম্ভ হব লগিয়া চফ্টৱেৰৰ সৈতে এটা মাধ্যম সুমুৱাইছে।
44.
You have just inserted a medium.
2014-02-24
আপুনি এইমাত্ৰ এটা মাধ্যম সুমুৱাইছে।
45.
Choose what application to launch.
2014-02-24
আৰম্ভ কৰিবলে এপ্লিকেচন বাছক।
46.
Select how to open "%s" and whether to perform this action in the future for other media of type "%s".
2014-02-24
"%s" কিধৰণে খোলা হব বাছক আৰু "%s" ধৰণৰ অন্য মাধ্যমৰ বাবে ভৱিষ্যতত এই কাৰ্য্য পৰিৱেশন কৰা হব নে।
47.
_Always perform this action
2014-02-24
এই কাৰ্য্য সদায় পৰিৱেশন কৰিব (_A)
48.
_Eject
2014-02-24
বাহিৰ উলিৱাওক (_E)
49.
_Unmount
2014-02-24
আনমাউন্ট কৰক (_U)
50.
Background
2014-02-24
পটভূমি
52.
Clipboard
2014-02-24
ক্লিপ-বোৰ্ড