Translations by Iain Lane

Iain Lane has submitted the following strings to this translation. Contributions are visually coded: currently used translations, unreviewed suggestions, rejected suggestions.

150 of 300 results
~
Conversations
2009-09-22
সম্বাদ
~
_Copy Link Address
2009-09-22
লিঙ্ক দ্বাৰা চিহ্নিত ঠিকনা নকল কৰক (_C)
~
_Open Link
2009-09-22
সংযোগ খোলক (_O)
1.
Empathy
2009-09-22
Empathy
2.
IM Client
2009-09-22
IM গ্ৰাহক
10.
Connection managers should be used
2009-09-22
সংযোগ পৰিচালন ব্যৱস্থা ব্যৱহাৰ কৰা হ'ব
12.
Empathy should auto-connect on startup
2009-09-22
আৰম্ভ সময়ত Empathy দ্বাৰা স্বয়ংক্ৰিয়ৰূপে সংযোগ স্থাপন কৰা হ'ব
16.
Empathy default download folder
2009-09-22
Empathy ৰ অবিকল্পিত ডাউনলোড ফোল্ডাৰ
17.
The default folder to save file transfers in.
2009-09-22
বিনিময় কৰা সামগ্ৰী সংৰক্ষণৰ বাবে চিহ্নিত ফোল্ডাৰ ।
20.
Show offline contacts
2009-09-22
অফ-লাইন অৱস্থাত থকা পৰিচিত ব্যক্তিৰ তালিকা প্ৰদৰ্শন কৰা হ'ব
24.
Hide main window
2009-09-22
প্ৰধান সংযোগক্ষেত্ৰ লুকুৱা হ'ব
25.
Hide the main window.
2009-09-22
প্ৰধান সংযোগক্ষেত্ৰ লুকুৱা হ'ব ।
26.
Default directory to select an avatar image from
2009-09-22
ব্যৱহাৰকৰ্তাৰ অৱতাৰ চিহ্নকৰ্তা ছবি নিৰ্ধাৰণৰ বাবে ব্যৱহৃত অবিকল্পিত পঞ্জিকা
27.
The last directory that an avatar image was chosen from.
2009-09-22
সৰ্বশেষ অৱতাৰৰ বাবে ব্যৱহৃত ছবি যি পঞ্জিকাৰ পৰা নিৰ্বাচন কৰা হৈছে ।
28.
Open new chats in separate windows
2009-09-22
নতুন সম্বাদ আৰম্ভ হ'লে পৃথক সংযোগক্ষেত্ৰত প্ৰদৰ্শন কৰা হ'ব
29.
Always open a separate chat window for new chats.
2009-09-22
নতুন সম্বাদৰ বাবে সদায়ে পৃথক সম্বাদ সংযোগক্ষেত্ৰ খোলা হ'ব ।
36.
Use notification sounds
2009-09-22
সূচনামূলক শব্দ ব্যৱহাৰ কৰা হ'ব
38.
Disable sounds when away
2009-09-22
অনুপস্থিত হ'লে শব্দ নিষ্ক্ৰিয় কৰা হ'ব
40.
Play a sound for incoming messages
2009-09-22
নতুন বাৰ্তা প্ৰাপ্ত হ'লে শব্দ বজোৱা হ'ব
42.
Play a sound for outgoing messages
2009-09-22
নতুন বাৰ্তা পঠিওৱা হ'লে শব্দ বজোৱা হ'ব
44.
Play a sound for new conversations
2009-09-22
নতুন সম্বাদৰ বাবে শব্দ বজোৱা হ'ব
46.
Play a sound when a contact logs in
2009-09-22
পৰিচিত ব্যক্তি প্ৰৱেশ কৰিলে শব্দ বজোৱা হ'ব
48.
Play a sound when a contact logs out
2009-09-22
পৰিচিত ব্যক্তি প্ৰস্থান কৰিলে শব্দ বজোৱা হ'ব
50.
Play a sound when we log in
2009-09-22
নিজেই প্ৰৱেশ কৰিলে শব্দ বজোৱা হ'ব
52.
Play a sound when we log out
2009-09-22
নিজেই প্ৰস্থান কৰিলে শব্দ বজোৱা হ'ব
54.
Enable popup notifications for new messages
2009-09-22
নতুন বাৰ্তাৰ বাবে প'প-আপ সূচনাবাৰ্তা সক্ৰিয় কৰা হ'ব
56.
Disable popup notifications when away
2009-09-22
অনুপস্থিত হ'লে প'প-আপ সূচনাবাৰ্তা নিষ্ক্ৰিয় কৰা হ'ব
64.
Use graphical smileys
2009-09-22
গ্ৰাফিকেল স্মাইলি ব্যৱহাৰ কৰক
66.
Show contact list in rooms
2009-09-22
ৰুমত ব্যক্তিৰ তালিকা প্ৰদৰ্শন কৰা হ'ব
68.
Chat window theme
2009-09-22
সম্বাদ সংযোগক্ষেত্ৰৰ থিম
69.
The theme that is used to display the conversation in chat windows.
2009-09-22
সম্বাদৰ সংযোগক্ষেত্ৰত কথোপকথন প্ৰদৰ্শনৰ বাবে ব্যৱহৃত থিম ।
74.
Enable WebKit Developer Tools
2009-09-22
WebKit বিকাশক সৰঞ্জামৰ ব্যৱহাৰ সক্ৰিয় কৰা হ'ব
75.
Whether WebKit developer tools, such as the Web Inspector, should be enabled.
2009-09-22
WebKit বিকাশক সৰঞ্জাম যেনে Web Inspector সক্ৰিয় কৰা হ'ব নে নাই ।
78.
Use theme for chat rooms
2009-09-22
ছেট ৰুমৰ বাবে থিম প্ৰয়োগ কৰা হ'ব
80.
Spell checking languages
2009-09-22
ভাষাৰ বাবে বানান পৰীক্ষণ
82.
Enable spell checker
2009-09-22
বানা পৰীক্ষণ সক্ৰিয় কৰা হ'ব
84.
Nick completed character
2009-09-22
নাম সম্পূৰ্ণকৰণৰ চিহ্ন
85.
Character to add after nickname when using nick completion (tab) in group chat.
2009-09-22
দলৰ সৈতে সম্বাদৰ সময়ত কোনো নাম উল্লেখ কৰাৰ বাবে নাম সম্পূৰ্ণ কৰাৰ ব্যৱস্থা (টেব) প্ৰয়োগ কৰিলে নামৰ পিছত ব্যৱহাৰযোগ্য চিহ্ন ।
86.
Empathy should use the avatar of the contact as the chat window icon
2009-09-22
সম্বাদৰ সংযোগক্ষেত্ৰৰ আইকন ৰূপে Empathy দ্বাৰা পৰিচয়ৰ অৱতাৰ প্ৰয়োগ কৰা হ'ব
96.
Show hint about closing the main window
2009-09-22
প্ৰধান সংযোগক্ষেত্ৰ বন্ধ কৰাৰ বাবে ইঙ্গিত প্ৰদৰ্শন কৰা হ'ব
98.
Empathy can publish the user's location
2009-09-22
Empathy দ্বাৰা ব্যৱহাৰকৰ্তাৰ ভৌগলিক অৱস্থান প্ৰকাশ কৰা সম্ভৱ হ'ব
100.
Empathy should reduce the location's accuracy
2009-09-22
Empathy দ্বাৰা ভৌগলিক অৱস্থানৰ নিৰ্ভুলতাৰ পৰিমাণ হ্ৰাস
102.
No reason was specified
2009-09-22
কোনো কাৰণ উল্লিখিত নহয়
103.
The change in state was requested
2009-09-22
অৱস্থাৰ পৰিবৰ্তন অনুৰোধ কৰা হৈছে
104.
You canceled the file transfer
2009-09-22
নথিপত্ৰ বিনিময়ৰ কাম আপুনি বাতিল কৰিছে
105.
The other participant canceled the file transfer
2009-09-22
নথিপত্ৰ বিনিময়ৰ কাম অন্য ব্যৱহাৰকৰ্তা বাতিল কৰিছে
106.
Error while trying to transfer the file
2009-09-22
নথিপত্ৰ বিনিময় কৰিবলৈ সমস্যা
107.
The other participant is unable to transfer the file
2009-09-22
অন্য ব্যৱহাৰকৰ্তা নথিপত্ৰ বিনিময় কৰিবলৈ সক্ষম নহয়
108.
Unknown reason
2009-09-22
অজ্ঞাত কাৰণ
110.
File transfer not supported by remote contact
2009-09-22
দূৰবৰ্তী পৰিচয় দ্বাৰা নথিপত্ৰ বিনিময় সমৰ্থিত নহয়